Dr Bhupen Hazarika - Kalpana Patowary - Assamese folk song

জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্রাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্রাণৰ আপোন অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ অসম প্রকৃতিয়ে ৰচা চিনি পাম বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া (চৈয়দ আব্দুল মালিক) Artist : Sangeeta Borthakur