মৌচুমীক এদিনতে মেখেলা খুলি বোৰ্খা পিন্ধালে, হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্ম জাপি দিলে : শিলাদিত্য MLA

যোৱা ১ জুলাইত ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ আত্মহননৰ পিছৰে পৰা পলাতক পুত্ৰ দেৱাশিস খাৰঘৰীয়া আজি গুৱাহাটীৰ ছয়মাইলত আৰক্ষীৰ জালত পৰিল। পুৱাই গ্ৰেপ্তাৰৰ পিছতে দেৱাশিসক লৈ যোৱা হ’ল শিৱসাগৰলৈ। DY365ৰ সাংবাদিক ভাস্কৰজ্যোতি দাসৰ সন্মুখত প্ৰয়াত পিতৃ-মাতৃৰ অভিযোগ সন্দৰ্ভত মুখ খুলিলে দেৱাশিস খাৰঘৰীয়াই।