কইনাধৰা আৰু এতিয়া তৰুণ গগৈৰ ঠিকনা নহয় || Tarun Gogoi leaving Koinadhara residence

১৬ বছৰীয়া দীঘলীয়া স্মৃতি বুকুত বান্ধি অৱশেষত কইনাধৰাৰ পৰা নামি অহাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। লামলাকতু বান্ধি কইনাধৰা এৰিবলৈ সাজু হ’ল গগৈ। অহা ২৭ জুলাইৰ পৰা নতুন ঠিকনাৰ বাসিন্দা হ’বগৈ প্ৰাক্তন মুখ্যমন্ত্ৰীজন। পিছে বিজেপিৰ কোন কোন মন্ত্ৰী হ’ব নতুন ঠিকনাত গগৈৰ চুবুৰীয়া? আমাৰ এক প্ৰতিবেদন-