আঁঠুকাঢ়ি ক্ষমাভিক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

চুড়ান্ত NRC খচৰা তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম৷ মহামান্য উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশমৰ্মে NRC ৰ প্ৰথম তথা আংশিক তালিকাত প্ৰকাশ হোৱা ব্যক্তিৰ নামো কৰ্তন কৰিব পাৰিব NRC কৰ্ত্তৃপক্ষই৷ সেই সম্পৰ্কে এই ভিডিঅ’ত আলোচনা কৰা হৈছে৷